Assam Police SI Solved Paper 2022, 24th April

Assam Police SI Solved Paper 2022

১) RBI ৰ প্ৰতীক চিহ্নত কোনটো জন্তু আছে ?

উত্তৰঃ বাঘ

২) অসম মহিলা সমিতি কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল?
উত্তৰঃ ১৯২৬ চনত

৩) Assamese, it’s formation and development কিতাপ কোনে লিখিছিল?

উত্তৰঃ বানিকান্ত কাকতি

৪) অসম এছোচিয়েচন কিমান চনত স্থাপন কৰা হৈছিল?

উত্তৰঃ ১৯০৩ চনত

৫) গৌতম বুদ্ধই নিৰ্বাণ ক’ত পাইছিল?

উত্তৰঃ বোধ গয়া

৬) ১৯৩০ চনৰ ঘূৰণীয়া মেজ মেলত অসমীয়া ব্যক্তি জন কোন আছিল?

উত্তৰঃ চন্দ্ৰধৰ বৰুৱা

৭) কোনটো প্ৰাকৃতিক পৰিঘটনাই চুনামি সৃষ্টি নকৰে?

উত্তৰঃ ঘূৰ্ণিবতাহ

৮) বৰদলৈ ট্ৰফী কিমান চনত আৰম্ভ হৈছিল?

উত্তৰঃ ১৯৫২ চনত

৯) ১৯-অনুৰ্ধ বিশ্বকাপ 2022 ত ভাৰতে কোনখন দেশক পৰাজিত কৰিছিল ?

উত্তৰঃ ইংলেণ্ড

১০) কোন চনত কাছাৰক ব্ৰিটিছসকলে সংযুক্ত কৰিছিল?

উত্তৰঃ ১৮৩২ চনৰ ১৪ আগষ্ট

১১) অসমৰ প্ৰথম খন চিকিৎসা মহাবিদ্যালয় কোনখন?

উত্তৰঃ অসম চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড়

১২) কামৰূপৰ অন্তিম শাসক ৰাজবংশ কোনটো আছিল?

উত্তৰঃ পাল ৰাজবংশ

১৩) কোচ ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল?

উত্তৰঃ বিশ্ব সিংহ

১৪) ভাৰতৰ কোনখন চহৰক পূবৰ স্কটলেণ্ড বুলি জনা যায়?

উত্তৰঃ শ্বিলং

১৫) নিম্নলিখিত বোৰৰ ভিতৰত কোনটো লোক নৃত্য?

উত্তৰঃ গৰ্বা

১৬) বিজয়নগৰৰ ধ্বংসাৱশেষ কোন ঠাইত পোৱা যায়?

উত্তৰঃ হাম্পি

১৭) ভাৰতৰ সংবিধানৰ অষ্টম অনুসূচীত কোনটো ভাষাক স্বীকৃতি দিয়া হোৱা নাই?

উত্তৰঃ ইংৰাজী

১৮) ‘Grammatical notices of Assamese language’ কোনে লিখিছিল?

উত্তৰঃ নাথান ব্ৰাউন

Assam Police SI Solved Paper 2022

১৯) কোন তাৰিখে ৰেড ক্ৰছ দিৱস উদযাপন কৰা হয়?

উত্তৰঃ ৮ মে

২০) কোন বছৰত পলাচিৰ যুদ্ধ সংঘটিত হৈছিল?

উত্তৰঃ ২৩ জুন ১৭৫৭

২১) কোন বছৰত মোৱামৰিয়া বিদ্ৰোহ সংঘটিত হৈছিল?     

উত্তৰঃ ২৫ নৱেম্বৰ ১৭৬৯

২২) মিবু গালুক কোন জনজাতিৰ পুৰুষে পিন্ধে?

উত্তৰঃ মিছিং জনজাতি

Assam Police SI Solved Paper 2022

২৩) যোৰহাট সাৰ্বজনিক সভাৰ প্ৰতিষ্ঠাপক কোন আছিল?

উত্তৰঃ জগন্নাথ বৰুৱা

২৪) অৰ্জুন দাস বৈৰাগীয়ে কোন খন ৰাজ্যৰ বুৰঞ্জী লিখিছিল?

উত্তৰঃ ত্ৰিপুৰা বুৰঞ্জী

২৫) প্ৰহ্লাদ চৰিতৰ লেখক কোন?      

উত্তৰঃ হেম সৰস্বতী

২৬) সত্যমেৱ জয়তে কোনখন উপনিষদৰ পৰা লোৱা হৈছে?

উত্তৰঃ মুণ্ডক উপনিষদ

২৭) নিম্নলিখিত কোনটো বেদ নহয়?

উত্তৰঃ অৰ্থসাস্ত্ৰ

২৮) ভাৰতৰ লৌহ মানৱ হিচাপে কাক জনা যায়?

উত্তৰঃ চৰ্দাৰ বল্লভভাই পেটেল

২৮) ভাৰতৰ লৌহ মানৱ হিচাপে কাক জনা যায়?

উত্তৰঃ চৰ্দাৰ বল্লভভাই পেটেল

৩০) কোনখন ঠাই কাঁহৰ বাচন বৰ্তনৰ বাবে বিখ্যাত?

উত্তৰঃ সৰ্থেবাৰী

৩১) গুৱাহাটীত উগ্ৰতাৰা মন্দিৰ কোনে নিৰ্মাণ কৰিছিল?

উত্তৰঃ শিৱ সিংহ

৩২) কোনখন অধিৱেশনত কংগ্ৰেছে পূৰ্ণ স্বৰাজ ঘোষণা কৰিছিল?

উত্তৰঃ লাহোৰ অধিবেশন

৩৩) দাণ্ডি যাত্ৰাত মহাত্মা গান্ধীৰ সৈতে অসমৰ পৰা প্রতিনিধি কোন আছিল?

উত্তৰঃ লীলাধৰ বৰুৱা

৩৪) ১৯৩০ চনৰ ঘূৰণীয়া মেজমেলত অসমৰ পৰা কোনে প্রতিনিধিত্ব কৰিছিল?

উত্তৰঃ চন্দ্ৰধৰ বৰুৱা

৩৫) লচিমাৰ কৃষক বিদ্রোহ কেতিয়া হৈছিল?

উত্তৰঃ ১৮৯৪ চনত

৩৬) অসম মহিলা সমিতি কেতিয়া গঠন হৈছিল?

উত্তৰঃ ১৯০১ চনত

৩৭) স্বৰাজোত্তৰ অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল?

উত্তৰঃ চালেহ আকবৰ হাইদাৰী

৩৮) ৰেডক্লিফ লাইন কোন দুখন দেশৰ সীমাৰেখা?

উত্তৰঃ ভাৰত আৰু পাকিস্তান

৩৯) তলত উল্লেখ কৰা কোনটো মেৰুদণ্ডী প্রাণী নহয়?

উত্তৰঃ শামুক

৪০) নামঘোষাৰ ঘোষাৰ সংখ্যা কিমান?

উত্তৰঃ ১০০০

৪১) ৰেডক্ৰছ দিৱস কেতিয়া পালন কৰা হয়?

উত্তৰঃ ৮ মে

৪২) হেপাটাইটিছ ৰোগে দেহৰ কোনটো অংশক প্রভাৱিত কৰে?

উত্তৰঃ লিভাৰ

৪৩) ভাৰতৰ কো – ভেকচিন নির্মাণ কাৰী সংস্থাটো কি?

উত্তৰঃ ভাৰত বায়োটেক

৪৪) কোনটো অনুচ্ছেদে ভাৰতীয় নাগৰিকক বাক স্বাধীনতা দিছে?

উত্তৰঃ ১৯ নং অনুচ্ছেদ


Leave a Comment