Life of a driver : Cabiner Ipare (লাইফ অৱ এ ড্ৰাইভৰ : কেবিনৰ ইপাৰে) : An Assames novel written by Rupam Dutta (ৰূপম দত্ত) and published by Axomiya Bhasa Aaru Software Bikash Kendra (অসমীয়া ভাষা আৰু ছফটৱেৰ বিকাশ কেন্দ্ৰ).
সকলো যেতিয়া শুই থাকে, সমগ্ৰ ধৰা যেতিয়া টোপনিৰ মিঠা আমেজ লোৱাত ব্যস্ত তেতিয়া সাৰ পাই থাকে তেওঁৰ দুটা চকু। কাৰণ তেওঁ ব্যস্ত যাত্ৰীক গন্থব্যস্থানলৈ নিয়াত। কিয়নো তেওঁ চলাই নৈশ বাছ। সাধাৰণ কথাত তেওঁ নাইট ছুপাৰৰ ড্ৰাইভাৰ। ১৫ টা বছৰে তেওঁ নাইট ছুপাৰ চলাইছিল। আজিও তেওঁ নাইট ছুপাৰ চলাই মাজে মাজে। কিন্তু তেওঁৰ কেৱল এইয়াই একমাত্ৰ পৰিচয় নহয়। তেওঁক ড্ৰাইভাৰ বুলি ক’লে তেওঁ গৌৰৱ অনুভৱ কৰে। তেওঁৰ মতে ড্ৰাইভাৰৰ দুনীয়াখন সুকীয়া। কাম-বন সামৰি সকলো যেতিয়া ঘৰলৈ ঘূৰি আহে, গা পা ধুই ধূপ-ধূনা জ্বলাই তেওঁ সাজু হয় নিজৰ কৰ্মৰ বাবে। সমগ্ৰ নিশা অহৰহ নিজৰ দায়িত্ব কৰি যায়। তেওঁ হল ৰূপম দত্ত। যেতিয়া আমি বাছ এখনত কৰবালৈ যাওঁ তেতিয়া বাছখনৰ ৰূপ, ভিতৰৰ আৰাম, সুবিধা সমূহ নিৰীক্ষণ কৰোঁ। কিন্তু আমি জানো সেই বাছখনক প্ৰাণ দিয়া ড্ৰাইভাৰজনলৈ চকু দিও? তেখেতৰ লগত দু-আষাৰ কথা পাতিবলৈ, বা গন্থব্য স্থান পোৱাৰ পাছত তেখেতক ধন্যবাদ এষাৰ দিবলৈ আমাৰ সময়ৰ অভাৱ। এজন নৈশ ড্ৰাইভাৰৰ সমগ্ৰ কৰ্তব্য কালছোৱাক এক অভিযান বুলিব পাৰি কাৰণ এই সময়ছোৱাত তেওঁলোকৰ আৰ্জন হয় বিচিত্ৰ অভিজ্ঞতাৰ। এই সকলো সমলকে লৈ দত্তৰ দ্বাৰা এই সুখপাঠ্য গ্ৰন্থখন ৰচিত হৈছে।
When everyone is sleeping, his two eyes are aglow when the whole catch is busy enjoying the sweet sleep. Because he is busy taking the passenger to the destination. Because he’s a night bus. In general, he is the night super’s Driver. He ran the Night Super for 15 years. Even today he is running a night super occasionally. But this is not the only identity he has. It is very nice to call him a conductor. According to him the two of the steers are sesame. When everyone returns home after a working forest, he is ready for his work by washing his feet and burning incense and smoke. He continues to do his duty all night long. He is Rupam Dutta. When we go to a bus, we monitor the look, comfort inside, features of the bus. But do we know to look at the one who killed that bus? We lack time to talk to him for two or a little talk or thank him after getting a place to be. The entire duty of a night drive can be termed as a mission because during this time their reward is a strange experience. This happy book has been coined by Dutta with all these subjects.
Life of a Driver (Cabinor Ipare) is replete with heartache that may make a driver down with sadness. This book is Written by Rupam Dutta, a driver himself.
Life of a Driver (Cabinor Ipare) book is one of the best sellers at the 33rd Guwahati Book Fair. Till now around 1,500 copies of this book have been sold at the book fair.
Read this Article of The Sentinel Assam for more details about this book (Read more).
Customer reviews
Reviews
There are no reviews yet.
Write a customer review