Mental Health and Hygiene(মানসিক স্বাস্থ্য় আৰু স্বাস্থ্য়বিজ্ঞান )- A textbook for BA 6th Semester (Honours & Regular) – Gauhati University
সূচীপত্র:Mental Health and Hygiene
প্রথম অধ্যায় : মানসিক স্বাস্থ্যৰ ভিত্তি
- মানসিক স্বাস্থ্যৰ ধাৰণা
- মানসিক স্বাস্থ্যৰ অৰ্থ
- মানসিক স্বাস্থ্যৰ সংজ্ঞা
- সুস্থ মানসিক স্বাস্থ্যৰ চৰ্ত
- মানসিক স্বাস্থ্যৰ বিভিন্ন দিশসমূহ
- মানসিক স্বাস্থ্যৰ পৰিসৰ
- মানসিক স্বাস্থ্যৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব
- মানসিকভাৱে স্বাস্থ্যৱান ব্যক্তি এজনৰ বৈশিষ্ট্যসমূহ
- দুর্বল মানসিক স্বাস্থ্যৰ লক্ষণসমূহ
- ৰুগ্ন মানসিক স্বাস্থ্যৰ কাৰণসমূহ
- সমাযোজন আৰু মানসিক স্বাস্থ্য
- শিক্ষকৰ মানসিক স্বাস্থ্য
- ছাত্রছাত্ৰীৰ মানসিক স্বাস্থ্য
- মানসিক স্বাস্থ্য বিকাশৰ ইতিহাস
দ্বিতীয় অধ্যায় : মানসিক স্বাস্থ্য বিজ্ঞান
- মানসিক স্বাস্থ্য বিজ্ঞান
- মানসিক স্বাস্থ্য বিজ্ঞানৰ ধাৰণা
- মানসিক স্বাস্থ্যবিজ্ঞানৰ অৰ্থ
- মানসিক স্বাস্থ্য বিজ্ঞানৰ সংজ্ঞা
- মানসিক স্বাস্থ্য বিজ্ঞানৰ বৈশিষ্ট্যসমূহ
- মানসিক স্বাস্থ্য বিজ্ঞানৰ লক্ষ্য
- মানসিক স্বাস্থ্য বিজ্ঞানৰ উপাদান
- মানসিক স্বাস্থ্য বিজ্ঞানৰ নীতিসমূহ
- মানসিক স্বাস্থ্য বিজ্ঞানৰ কাৰ্যাৱলী
- মানসিক স্বাস্থ্য বিজ্ঞানৰ অধ্যয়নৰ দিশসমূহ
- মানসিক স্বাস্থ্য বিজ্ঞান আৰু শিক্ষা
- মানসিক স্বাস্থ্য বিজ্ঞানৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব
- হতাশা
- সংঘাত
- মানসিক স্বাস্থ্য আৰু মানসিক স্বাস্থ্য বিজ্ঞানৰ মাজত পাৰ্থক্য
- মানসিক স্বাস্থ্য আৰু স্বাস্থ্য বিজ্ঞানৰ মাজত থকা সম্পৰ্ক
তৃতীয় অধ্যায় : শিক্ষা আৰু মানসিক স্বাস্থ্য
- সুস্থ মানসিক স্বাস্থ্যৰ নীতিসমূহ
- মানসিক স্বাস্থ্যত প্রভাববিস্তাৰ কৰা উপাদানসমূহ
- মানসিক স্বাস্থ্য ক্ষতিৰ সম্ভাব্য উৎসসমূহ
- মানসিক স্বাস্থ্য ক্ষতিৰ লক্ষণসমূহ
- মানসিক স্বাস্থ্য ক্ষতিৰ কাৰণসমূহ
- ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্য
- শিক্ষকৰ মানসিক স্বাস্থ্য
- মানসিকভাবে সুস্থ শিক্ষকৰ লক্ষণসমূহ
- শিক্ষকৰ মানসিক অসুস্থতাৰ কাৰণ
- শিক্ষকৰ মানসিক স্বাস্থ্য ৰক্ষাৰ ব্যৱস্থা
- মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত গৃহৰ ভূমিকা
- সুস্থ গৃহ পৰিৱশৰ গুণাৱলী
- মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত বিদ্যালয়ৰ ভূমিকা
- মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত সমাজৰ ভূমিকা
চতুর্থ অধ্যায় : মানসিক স্বাস্থ্য আৰু স্বাস্থ্য বিজ্ঞানৰ সংৰক্ষণ
- ধনাত্মক মনোবিজ্ঞানৰ ধাৰণা
- ধনাত্মক মনোবিজ্ঞানৰ অৰ্থ
- ধনাত্মক মনোবিজ্ঞানৰ সংজ্ঞা
- ধনাত্মক মনোবিজ্ঞানৰ প্ৰকৃতি
- ধনাত্মক মনোবিজ্ঞানৰ লক্ষ্য
- ধনাত্মক মনোবিজ্ঞানৰ বৈশিষ্ট্যসমূহ
- ধনাত্মক মনোবিজ্ঞানৰ পৰিসৰ
- ধনাত্মক মনোবিজ্ঞানৰ গুৰুত্ব
- মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত বিশ্ব স্বাস্থ্য সংস্থাৰ অৱদান
- চাপ ব্যৱস্থাপনা
- মানসিক স্বাস্থ্য যতন আইন, ২০১৭ চন
পঞ্চম অধ্যায় : মানসিক স্বাস্থ্য আৰু যোগ
- যোগৰ ধাৰণা
- যোগৰ সংজ্ঞা
- যোগৰ লক্ষ্য-উদ্দেশ্য
- শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ বাবে যোগৰ গুৰুত্ব
- যোগৰ ঐতিহাসিক প্রেক্ষাপট
- ব্যক্তিত্ব বিকাশৰ বাবে যোগৰ ভূমিকা
- চাপ ব্যৱস্থাপনাত যোগৰ ভূমিকা
- সুস্থ জীৱন যাপনৰ বাবে যোগৰ নীতিসমূহ
- স্বাস্থ্য সঠিক কৰি ৰখাৰ বাবে যোগৰ সংহতিপূর্ণ পদক্ষেপ
- মানসিক স্বাস্থ্যৰ উন্নীতকৰণৰ ক্ষেত্ৰত প্ৰাণায়াম আৰু ধ্যান।
Customer reviews
Reviews
There are no reviews yet.
Write a customer review